মহাকুম্ভত অনন্য স্বীকৃতি নামঘৰৰ; প্ৰদৰ্শিত হ'ব ভাওনা, সত্ৰীয়া সংস্কৃতি

মহাকুম্ভত অনন্য স্বীকৃতি নামঘৰৰ; প্ৰদৰ্শিত হ'ব ভাওনা, সত্ৰীয়া সংস্কৃতি

প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাত প্ৰতিষ্ঠা হ'ল নামঘৰ ৷ ২২ জানুৱাৰীৰ পৰা ২৭ জানুৱাৰীলৈ প্ৰদৰ্শিত হ'ব ভাওনা, সত্ৰীয়া সংস্কৃতি, অখণ্ড ভাগৱত পাঠ ৷


User: ETVBHARAT

Views: 2

Uploaded: 2025-01-16

Duration: 03:08