জুবিনৰ কথাৰেই ব্ৰহ্মপুত্ৰৰ বুকুত চিৰদিন বৈ থাকিব জুবিন

জুবিনৰ কথাৰেই ব্ৰহ্মপুত্ৰৰ বুকুত চিৰদিন বৈ থাকিব জুবিন

জুবিনে সদায় কৈছিল- মই মৰিলে মোক ব্ৰহ্মপুত্ৰত উটুৱাই দিলে ভাল পাম ৷ মহাবাহু ব্ৰহ্মপুত্ৰত উটুৱাই দিয়া হ'ল জুবিনৰ চিতাভস্ম ৷


User: ETVBHARAT

Views: 8

Uploaded: 2025-10-29

Duration: 01:36