জুবিন গাৰ্গে বেয়া পোৱা পাইৰেচী হৈছে 'ৰৈ ৰৈ বিনালে' ছবিখনকলৈ: ক্ষোভিত নিৰ্মাতাগোষ্ঠীৰ সংবাদমেল

জুবিন গাৰ্গে বেয়া পোৱা পাইৰেচী হৈছে 'ৰৈ ৰৈ বিনালে' ছবিখনকলৈ: ক্ষোভিত নিৰ্মাতাগোষ্ঠীৰ সংবাদমেল

অসমীয়াৰ আবেগ জড়িত হিয়াৰ আমঠু জুবিন গাৰ্গৰ সপোনৰ ছবি ‘ৰৈ ৰৈ বিনালে’ সম্প্ৰতি পাইৰেচী কৰি বিভিন্ন প্লেটফৰ্মত আপলোড কৰা হৈছে ৷


User: ETVBHARAT

Views: 4

Uploaded: 2025-11-09

Duration: 06:51