দহহাজাৰ এগছি চাকি জ্বলিল জুবিনৰ জন্মদিনত

দহহাজাৰ এগছি চাকি জ্বলিল জুবিনৰ জন্মদিনত

শ্বহীদৰ পূণ্যস্থলীত তিনিদিনীয়াকৈ উদযাপন জুবিন গাৰ্গৰ জন্মদিন । দহহাজাৰ এগছি বন্তি প্ৰজ্বলন, ৫৩ জোপা নাহৰ ৰোপণ, জুবিন জোনাক সন্ধ্যাৰ আয়োজন, লগতে সৰ্বধৰ্মীয় প্ৰাৰ্থনা ।


User: ETVBHARAT

Views: 7

Uploaded: 2025-11-19

Duration: 02:32