লুটুমাৰীৰ ছয় হাজাৰ বিঘা ভূমি পুনৰ সেউজ হ'ব, পুৱাৰে পৰাই চলিছে বুলড'জাৰ

লুটুমাৰীৰ ছয় হাজাৰ বিঘা ভূমি পুনৰ সেউজ হ'ব, পুৱাৰে পৰাই চলিছে বুলড'জাৰ

বৃহৎ ভূমিয়ে পুনৰ লাভ কৰিব অৰণ্যৰ মৰ্যাদা । বেদখলমুক্ত কৰি বৃক্ষ ৰোপণৰ পৰিকল্পনা বন বিভাগৰ ।


User: ETVBHARAT

Views: 23

Uploaded: 2025-11-29

Duration: 02:10