জন্মদিন উপলক্ষে জুবিনক্ষেত্ৰত মূৰ দোৱালে মানস ৰবীনে

জন্মদিন উপলক্ষে জুবিনক্ষেত্ৰত মূৰ দোৱালে মানস ৰবীনে

নিশা জুবিনক্ষেত্ৰত জন্মদিন পালন কৰিলে মানস ৰবীনে । বঢ়মপুৰ অন্ধ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলেও জনালে শ্ৰদ্ধাঞ্জলি ।


User: ETVBHARAT

Views: 4

Uploaded: 2025-12-04

Duration: 05:11