নগাঁও আৰক্ষীয়ে জুৰোডৰ গ্ৰেনেড নিক্ষেপকাৰীক গ্ৰেপ্তাৰ কৰা Exclusive দৃশ্য

নগাঁও আৰক্ষীয়ে জুৰোডৰ গ্ৰেনেড নিক্ষেপকাৰীক গ্ৰেপ্তাৰ কৰা Exclusive দৃশ্য

আৰক্ষীৰ জালত পৰিল জুৰোডৰ বিস্ফোৰণকাৰী। নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ইন্দ্ৰমোহন বৰা নামৰ যুৱকজনক। ধৃত ইন্দ্ৰমোহনৰ ঘৰ নগাঁও জিলাৰ চলচলি বিৰহী গাঁৱত।


User: News18 Assam

Views: 2

Uploaded: 2019-05-17

Duration: 00:43