Assam Election Result 2019: নৰেন্দ্ৰ মোদী পুনৰ প্ৰধানমন্ত্ৰী হোৱাৰ কামনাৰে পূজা পাঠশালাবাসীৰ

Assam Election Result 2019: নৰেন্দ্ৰ মোদী পুনৰ প্ৰধানমন্ত্ৰী হোৱাৰ কামনাৰে পূজা পাঠশালাবাসীৰ

নৰেন্দ্ৰ মোদী পুনৰ প্ৰধানমন্ত্ৰী হোৱাৰ কামনাৰে পূজা-অৰ্চনা পাঠশালাত। নৰেন্দ্ৰ মোদীক পুনৰবাৰ প্ৰধানমন্ত্ৰী ৰূপে বিচাৰি পাঠশালাৰ তিতকা গাঁৱৰ ৰাইজে শিৱমন্দিৰত পূজা অৰ্চনা কৰে।


User: News18 Assam

Views: 360

Uploaded: 2019-05-23

Duration: 00:42