মোদীৰ জয়যাত্ৰা, ঢাক–ঢোল বজাই বিজেপিৰ সভাপতি অমিত শ্বাহক আদৰণি

মোদীৰ জয়যাত্ৰা, ঢাক–ঢোল বজাই বিজেপিৰ সভাপতি অমিত শ্বাহক আদৰণি

নাচি–বাগি, ঢাক–ঢোল বজাই, নৰেন্দ্ৰ মোদী জয় ধ্বনিৰে আদৰে বিজেপিৰ সভাপতিগৰাকীক। ফুলেৰে সজ্জিত বাহনেৰে বিজেপিৰ কাৰ্যালয়লৈ আদৰাই লৈ আহে অমিত শ্বাহক।


User: News18 Assam

Views: 184

Uploaded: 2019-05-23

Duration: 01:40