VIDEO: নিয়ন্ত্ৰণ হেৰুৱাই বাগৰিল বাহন, থিতাতে নিহত ২ সেনা জোৱান

VIDEO: নিয়ন্ত্ৰণ হেৰুৱাই বাগৰিল বাহন, থিতাতে নিহত ২ সেনা জোৱান

শোণিতপুৰত পথ দুৰ্ঘটনাত থিতাতে নিহত দুজন সেনা জোৱান। নিয়ন্ত্ৰণ হেৰুৱাই বাগৰিল বাহনখন।


User: News18 Assam

Views: 69

Uploaded: 2019-06-04

Duration: 01:09