কামাখ্যাত উদ্ধাৰ এগৰাকী মহিলাৰ মুণ্ডহীন মৃতদেহ, এই সন্দৰ্ভত কি ক’লে আৰক্ষী আয়ুক্তই?

কামাখ্যাত উদ্ধাৰ এগৰাকী মহিলাৰ মুণ্ডহীন মৃতদেহ, এই সন্দৰ্ভত কি ক’লে আৰক্ষী আয়ুক্তই?

ঘটনাৰ পিছতে আৰক্ষী ঘটনাস্থলীৰ উপস্থিত হৈ মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে স্নিফাৰ ডগৰ সহায়ত অভিযান চলায় আৰক্ষীয়ে। অৱশ্যে এতিয়াও সন্ধান পোৱা নাই মহিলাগৰাকীৰ মুণ্ড।


User: News18 Assam

Views: 7

Uploaded: 2019-06-20

Duration: 01:04