মহানগৰীৰ বেংকত ডকাইতি, CCTV বন্দী সমগ্ৰ দৃশ্য, চাওক VIDEO

মহানগৰীৰ বেংকত ডকাইতি, CCTV বন্দী সমগ্ৰ দৃশ্য, চাওক VIDEO

বেংকত কেছ মেম’ কাটি থকাৰ সময়তে ধন লৈ উধাও। ২৬ জুনৰ দিনাই ভঙাগড় আৰক্ষী থানাত গোচৰ ৰুজু। ডকাইতিৰ বাবে ৩জন লোক আহিছিল বেংকলৈ দুজন বেংকত সোমাইছিল, এজনে বাইক লৈ ৰৈ আছিল। পইচা লৈয়ে বাইকত উঠি পলাইছিল দুটা ডকাইত। এজনে খোজকাঢ়ি বেংকৰ পৰা পলায়ন কৰিছিল।


User: News18 Assam

Views: 1.5K

Uploaded: 2019-06-29

Duration: 00:22

Your Page Title