কেমেৰাৰ সন্মুখতে উটি গল দলং,উভতি লৰ দিয়ে দলঙত থকা আটাইকেইজন লোকে, চাওক ভিডিঅ’

কেমেৰাৰ সন্মুখতে উটি গল দলং,উভতি লৰ দিয়ে দলঙত থকা আটাইকেইজন লোকে, চাওক ভিডিঅ’

দামৰা আৰু পাটপাৰা সংযোগী এই দলংখনৰ বাবে ৰাইজে জনপ্ৰতিনিধিৰ ওচৰত বাৰম্বাৰ আবেদন কৰি আহিছে যদিও কোনো গুৰুত্ব দিয়া নাই ৷ মেঘালয়ৰ পৰা নামি অহা ঢলে উটুৱাই লৈ গ'ল ১০১২ খন গাঁৱৰ ৰাইজৰ যাতায়তৰ একমাত্ৰ সম্বল বাঁহৰ দলংখন ।


User: News18 Assam

Views: 2.2K

Uploaded: 2019-07-01

Duration: 01:36

Your Page Title