এটা জহামালৰ বাবে ৩ দিন ধৰি হাহাকাৰ যোৰহাটবাসীৰ

এটা জহামালৰ বাবে ৩ দিন ধৰি হাহাকাৰ যোৰহাটবাসীৰ

এই জহামালটোৰ বাবে যোৰহাট পূব বিদ্যুৎ উপ–সংমণ্ডলৰ গড়মূৰস্থিত কন্ট্ৰ’ল ৰূমৰ পেনেল বৰ্ড জ্বলি উঠে। পিছত তিনি দিনলৈ বিদ্যুৎ যোগান ব্যাহত হৈ পৰে অঞ্চলটোত।


User: News18 Assam

Views: 854

Uploaded: 2019-07-11

Duration: 01:12

Your Page Title