ই–ৰিক্সাত খুন্দিয়াই শিৱসাগৰৰ দৰিকা নদীত পৰিল মাৰুতী কাৰ, কি হ’ল ভিতৰত থকা দুজন লোকৰ, Video

ই–ৰিক্সাত খুন্দিয়াই শিৱসাগৰৰ দৰিকা নদীত পৰিল মাৰুতী কাৰ, কি হ’ল ভিতৰত থকা দুজন লোকৰ, Video

দেওবাৰে দুপৰীয়া শিৱসাগৰ নগৰৰ বনিয়াবাৰী দৰিকা ঘাটত অঘটন | হঠাত নদীৰ বুকুত পৰিল এখন মাৰুতি ৮০০ বাহন | গেৰেজত ভাল কৰি থকা বাহনখন পৰীক্ষা কৰিবলৈ নিয়া হৈছিল পথলৈ |


User: News18 Assam

Views: 2

Uploaded: 2019-11-03

Duration: 00:41

Your Page Title