জোনাইত দ্বিতীয় পবা মৎহোসৱৰ দিন সলনি

জোনাইত দ্বিতীয় পবা মৎহোসৱৰ দিন সলনি

pজোনাই : জোনাইৰ লালী নদীৰ বালি চাপৰিত মিচিং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত অহা ১০, ১১ আৰু ১২ জানুৱাৰীত অনুষ্ঠিত হ’ব লগা দ্বিতীয় পবা মহোৎসৱৰ দিন সলনি কৰা হৈছে ৷ অনিবাৰ্য কাৰণৱশত পূৰ্বে নিৰ্ধাৰিত দ্বিতীয় পবা মহোৎসৱৰ তাৰিখ ১০, ১১ আৰু ১২ জানুৱাৰীৰ পৰিৱৰ্তে আগন্তুক ৭, ৮ আৰু ৯ ফেব্ৰুৱাৰীলৈ পিছুৱাই দিয়া হৈছে ৷ সংবাদ  মাধ্যমৰ আগত এই মন্তব্য কৰে উদযাপন সমিতিৰ বিষয়ববীয়াসকলে ৷ppউল্লেখ্য যে, জৈৱ বৈচিত্ৰৰ ভঁৰাল জোনাইৰ পবা অভয়াৰণ্যৰ লালী নদীৰ বালি চাপৰিত নৈসৰ্গিক সৌন্দৰ্য মাজত আয়োজন কৰা হ’ব পবা মহোৎসৱ ৷ এই মহোৎসৱতে পৰিৱেশ সজাগতাৰ বাবে কেবাটাও আলোচনা চক্ৰ, জংগল ট্ৰেকিং, নৌকা বিহাৰ, পৰম্পৰাগত খেল-ধেমালি, বণ্যপ্ৰাণী ফটোগ্ৰাফী, চিত্ৰাংকন প্ৰতিযোগিতা, ৰচনা-তৰ্ক প্ৰতিযোগিতা, চৰাই নিৰীক্ষণ, কেম্প চাইট, জনগোষ্ঠীয় পৰম্পৰাগত খাদ্য সম্ভাৰ আদি নানা কাৰ্যসূচী অনুষ্ঠিত কৰা হ’ব ৷ppলগতে পঢ়ক : লালী নদীৰ বালি চাপৰি সাজু হৈ উঠিছে পবা মহোৎসৱ আয়োজনৰ বাবেappলগতে পঢ়ক : অতুলনীয় প্রাকৃতিক সৌন্দৰ্য তথা জৈৱ-বৈচিত্ৰ্যৰ সাক্ষ্য বহনকাৰী 'পবা'ৰ কথাৰে...


User: ETVBHARAT

Views: 0

Uploaded: 2025-01-07

Duration: 02:58

Your Page Title