তেজপুৰত আবাল-বৃদ্ধ-বণিতাৰ লগে-ভাগে উৰুকাৰ এসাঁজ; ৪৫ কেজি ওজনৰ বাহু বিশেষ আকৰ্ষণ

তেজপুৰত আবাল-বৃদ্ধ-বণিতাৰ লগে-ভাগে উৰুকাৰ এসাঁজ; ৪৫ কেজি ওজনৰ বাহু বিশেষ আকৰ্ষণ

আজি উৰুকা । সকলোৱে মাজে-মঙহে লগে-ভাগে এসাঁজ খোৱাৰ পৰম্পৰা । হাট-বজাৰ, পথাৰ-পাকঘৰত ভীষণ ব্যস্ততা । তেজপুৰত আকৰ্ষণ ৪৫ কেজি ওজনৰ বাহু ।


User: ETVBHARAT

Views: 0

Uploaded: 2025-01-13

Duration: 03:49

Your Page Title