জাতি-মাটিৰ গীত গাই গায়েই গুছি যোৱা ৰাজীৱ শদিয়াক শেষ শ্ৰদ্ধা অজস্ৰজনৰ

জাতি-মাটিৰ গীত গাই গায়েই গুছি যোৱা ৰাজীৱ শদিয়াক শেষ শ্ৰদ্ধা অজস্ৰজনৰ

জাতিৰ হকে গান গাই ভালপোৱা শিল্পীগৰাকীয়ে গানৰ মাজতে বিদায় ল’লে এই পৃথিৱীৰ পৰা । তিনিচুকীয়াত বিভিন্ন দল-সংগঠন, শুভাকাংক্ষীৰ অন্তিম শ্ৰদ্ধা ।


User: ETVBHARAT

Views: 3

Uploaded: 2025-01-13

Duration: 03:21

Your Page Title