২০২৩ চনৰ স্বাধীনতা দিৱসৰ ভাষণৰ প্ৰতিশ্ৰুতি পালন কৰিছোঁ; বেজেৰাত কি প্ৰতিশ্ৰুতিৰ কথা ক'লে মুখ্যমন্ত্ৰীয়ে

২০২৩ চনৰ স্বাধীনতা দিৱসৰ ভাষণৰ প্ৰতিশ্ৰুতি পালন কৰিছোঁ; বেজেৰাত কি প্ৰতিশ্ৰুতিৰ কথা ক'লে মুখ্যমন্ত্ৰীয়ে

অহা বছৰৰ ভিতৰত অসমত মেডিকেল কলেজৰ সংখ্যা ১৮ খনলৈ বৃদ্ধি পাব । প্ৰতিখন জিলাত এখনকৈ মেডিকেল কলেজ স্থাপন হ'ব । বেজেৰাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ।


User: ETVBHARAT

Views: 0

Uploaded: 2025-01-15

Duration: 03:44

Your Page Title