মধ্য অসম ৰেডিঅ' শ্ৰোতা সংঘৰ প্ৰশ্নোত্তৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা নগাঁও বেবেজীয়াৰ ভোগেশ্বৰ হাজৰিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ১০ গৰাকী ছাত্ৰীক শ্ৰোতা সংঘৰ মান পত্ৰ আৰু উপহাৰ প্ৰদান । মধ্য অসম ৰেডিঅ' শ্ৰোতা সংঘ‌ই ৰেডিঅ'ক নৱপ্ৰজন্মৰ মাজত জনপ্ৰিয় কৰাৰ

মধ্য অসম ৰেডিঅ' শ্ৰোতা সংঘৰ প্ৰশ্নোত্তৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা নগাঁও বেবেজীয়াৰ ভোগেশ্বৰ হাজৰিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ১০ গৰাকী ছাত্ৰীক শ্ৰোতা সংঘৰ মান পত্ৰ আৰু উপহাৰ প্ৰদান ।br মধ্য অসম ৰেডিঅ' শ্ৰোতা সংঘ‌ই ৰেডিঅ'ক নৱপ্ৰজন্মৰ মাজত জনপ্ৰিয় কৰাৰ উদ্দেশ্যে আয়োজন কৰি অহা প্ৰশ্নোত্তৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি নগাঁও বেবেজীয়াৰ ভোগেশ্বৰ হাজৰিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ১০ গৰাকী ছাত্ৰীয়ে মানপত্ৰ আৰু উপহাৰ লাভ কৰিছে উপহাৰ হিচাপে এখন কিতাপ আৰু এটা কলম দিয়া হয় । এই উপহাৰ সমূহ বিদ্যালয়ৰ অধ্যক্ষ উপেন বৰাই ছাত্ৰীসকলক প্ৰদান কৰে ।শ্ৰোতা সংঘৰ এনে পদক্ষেপেbr ছাত্ৰ-ছাত্ৰী সকলক উপকাৰ কৰিছে বুলি জানিবলৈ দিয়ে ।

User: Live TV Assam

Views: 9

Uploaded: 2025-02-01

Duration: 03:56

Your Page Title