জন্মগাঁৱত গৰু বিহুৰ পৰম্পৰা ৰক্ষা সোণোৱালৰ, মন্ত্ৰী ফুকনেও জুৰিলে বিহুনাম

জন্মগাঁৱত গৰু বিহুৰ পৰম্পৰা ৰক্ষা সোণোৱালৰ, মন্ত্ৰী ফুকনেও জুৰিলে বিহুনাম

গৰু বিহুৰ পুৱাই ডিব্ৰুগড়ৰ জন্মগাঁৱত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল । দলীয় কৰ্মীৰে বিহু উদযাপন শক্তি মন্ত্ৰী প্ৰশান্ত ফুকনৰ ।


User: ETVBHARAT

Views: 2

Uploaded: 2025-04-14

Duration: 05:49

Your Page Title