বুধবাৰে পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ; ভোটকেন্দ্ৰলৈ ৰাওনা ভোটগ্ৰহণ কৰ্মী-বিষয়া

বুধবাৰে পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ; ভোটকেন্দ্ৰলৈ ৰাওনা ভোটগ্ৰহণ কৰ্মী-বিষয়া

ৰাজ্যত দুটা পৰ্যায়ত অনুষ্ঠিত হ'বলগা পঞ্চায়ত নিৰ্বাচনৰ ২ মে'ত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ । তাৰ বাবে বিভিন্ন জিলাৰ পৰা বৃহস্পতিবাৰে ভোটকেন্দ্ৰলৈ ৰাওনা হৈছে ভোটগ্ৰহণ কৰ্মী-বিষয়া ।


User: ETVBHARAT

Views: 5

Uploaded: 2025-05-01

Duration: 11:23

Your Page Title