ভোটগ্ৰহণৰ এদিন পূৰ্বেও চলিল চামগুৰিত নিৰ্বাচনী হিংসা

ভোটগ্ৰহণৰ এদিন পূৰ্বেও চলিল চামগুৰিত নিৰ্বাচনী হিংসা

অন্ত পৰিল নিৰ্বাচনী প্ৰচাৰৰ । কিন্তু অন্ত পৰা নাই চামগুৰিৰ নিৰ্বাচনী হিংসাৰ । নিশা দুৰ্বৃত্তই ভাঙি লণ্ড-ভণ্ড কৰিলে কংগ্ৰেছৰ নিৰ্বাচনী কাৰ্যালয় ।


User: ETVBHARAT

Views: 1

Uploaded: 2025-05-06

Duration: 03:20

Your Page Title