মৃত্যু যন্ত্ৰনাত গীতা, প্ৰিয়ংকা চোপ্ৰাৰে থকা সজীৱ স্মৃতি সামৰি গীতাৰ কাষত মাউত ৰবি

মৃত্যু যন্ত্ৰনাত গীতা, প্ৰিয়ংকা চোপ্ৰাৰে থকা সজীৱ স্মৃতি সামৰি গীতাৰ কাষত মাউত ৰবি

প্ৰিয়ংকা চোপ্ৰাক পিঠিত লৈ আমোদ দিয়া গীতাই আজি ছটফটাইছে মৃত্যু যন্ত্ৰনাত । গীতাক সুস্থ কৰিবলৈ দিনে নিশাই ব্যস্ত বনতৰাৰ চিকিৎসকৰ দল ।


User: ETVBHARAT

Views: 20

Uploaded: 2025-05-06

Duration: 04:47

Your Page Title