পহলগামত মন্ত্ৰী অতুল বৰা: আদিল হুছেইনৰ পৰিয়ালৰ হাতত তুলি দিলে ৫ লাখৰ চেক

পহলগামত মন্ত্ৰী অতুল বৰা: আদিল হুছেইনৰ পৰিয়ালৰ হাতত তুলি দিলে ৫ লাখৰ চেক

অসম চৰকাৰৰ হৈ কৃষি মন্ত্ৰী অতুল বৰাই পহলগাম ঘটনাৰ ভুক্তভোগী চৈয়দ আদিল হুছেইন শ্বাহৰ পৰিয়ালক আৰ্থিক ক্ষতিপূৰণ প্ৰদান কৰে ।


User: ETVBHARAT

Views: 6

Uploaded: 2025-06-01

Duration: 02:45

Your Page Title