হনুমান মন্দিৰত গো-মাংস উদ্ধাৰৰ ঘটনা: ধুবুৰীত শাম কাটিছে উত্তেজনাপূৰ্ণ পৰিস্থিতি

হনুমান মন্দিৰত গো-মাংস উদ্ধাৰৰ ঘটনা: ধুবুৰীত শাম কাটিছে উত্তেজনাপূৰ্ণ পৰিস্থিতি

লাহে লাহে স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে ধুবুৰীৰ পৰিস্থিতি । ধুবুৰীৰ বালুৰচৰত হনুমান মন্দিৰৰ কাষত সন্দেহজনক গো-মাংস উদ্ধাৰক লৈ সৃষ্টি হৈছিল উত্তেজনাপূৰ্ণ পৰিস্থিতি ।


User: ETVBHARAT

Views: 17

Uploaded: 2025-06-10

Duration: 03:08

Your Page Title