বিজেপিক ভোট দিলেহে ভঙা ৰিংবান্ধ নিৰ্মাণ‌ হ'ব : পীযুষ হাজৰীকা

বিজেপিক ভোট দিলেহে ভঙা ৰিংবান্ধ নিৰ্মাণ‌ হ'ব : পীযুষ হাজৰীকা

খোৱাঙত ভগ্ন ৰিংবান্ধ পৰিদৰ্শন কৰি পীযুষ হাজৰীকাই দিলে নিৰ্বাচনৰ কিছু ইংগিত৷ ‘‘নৱেম্বৰত আপোনালোকৰ কাম হৈ যাব, ভোটটো কিন্তু চক্ৰধৰ গগৈকে দিব” বুলি কিয় ক’লে তেওঁ৷


User: ETVBHARAT

Views: 4

Uploaded: 2025-06-16

Duration: 01:36

Your Page Title