উচ্ছেদস্থলীত হাহাকাৰ, কংগ্ৰেছ বিধায়িনী দলক বাধা জিলা প্ৰশাসনৰ

উচ্ছেদস্থলীত হাহাকাৰ, কংগ্ৰেছ বিধায়িনী দলক বাধা জিলা প্ৰশাসনৰ

দ্বিতীয় দিনাও অব্যাহত হাচিলা বিল ৰাজহ গাঁৱত অমানৱীয় উচ্ছেদ অভিযান । গৃহহীন ৫ শতাধিক পৰিয়াল । উচ্ছেদস্থলীলৈ যোৱাত বাধা কংগ্ৰেছৰ বিধায়িনী দলক ।


User: ETVBHARAT

Views: 1

Uploaded: 2025-06-17

Duration: 03:32