কিয় ভঙা হ'ল ১২৮ বছৰ গৰকা এটা মছজিদ ? উত্তৰ দিলে ডিব্ৰুগড় পৌৰ নিগমে

কিয় ভঙা হ'ল ১২৮ বছৰ গৰকা এটা মছজিদ ? উত্তৰ দিলে ডিব্ৰুগড় পৌৰ নিগমে

পুৰণি মছজিদ ভঙাক লৈ বহুজনে আনিছিল ধৰ্মীয় প্ৰশ্ন । স্থিতি স্পষ্ট কৰিলে পৌৰ নিগম আয়ুক্তই ।


User: ETVBHARAT

Views: 7

Uploaded: 2025-06-25

Duration: 05:40

Your Page Title