প্ৰথমগৰাকী অসমীয়া হিচাপে স্পেইনৰ বিশ্ববিদ্যালয়ৰ সন্মানীয় বঁটা ডঃ অনুৰাগ কাশ্যপলৈ

প্ৰথমগৰাকী অসমীয়া হিচাপে স্পেইনৰ বিশ্ববিদ্যালয়ৰ সন্মানীয় বঁটা ডঃ অনুৰাগ কাশ্যপলৈ

অসম সন্তান ডঃ অনুৰাগ কাশ্যপলৈ স্পেইনৰ বাৰ্চিলোনা স্বায়ত্তশাসিত বিশ্ববিদ্যালয়ৰ 'এক্সট্ৰা-অৰ্ডিনেৰী ডক্টৰেট' বঁটা । এই সন্মান লাভ কৰা তেওঁ হৈছে প্ৰথমগৰাকী অসমীয়া আৰু দ্বিতীয়গৰাকী ভাৰতীয় ।


User: ETVBHARAT

Views: 2

Uploaded: 2025-06-26

Duration: 03:13

Your Page Title