খেদ ঐ খেদ গৰু চোৰক খেদ ! গীৰ গাই বিতৰ্কত ৰাজ্যজুৰি কংগ্ৰেছৰ ব্যাপক প্ৰতিবাদ

খেদ ঐ খেদ গৰু চোৰক খেদ ! গীৰ গাই বিতৰ্কত ৰাজ্যজুৰি কংগ্ৰেছৰ ব্যাপক প্ৰতিবাদ

সম্প্ৰতি গৰুখুঁটি প্ৰকল্পৰ গীৰ গাই বিতৰ্কত ৰাজ্যৰ ৰাজনীতি উত্তপ্ত হৈ আছে । গীৰ গাই বিতৰ্কৰ তদন্তৰ দাবীত ৰাজ্যজুৰি কংগ্ৰেছৰ ব্যাপক প্ৰতিবাদ ।


User: ETVBHARAT

Views: 8

Uploaded: 2025-06-30

Duration: 08:48

Your Page Title