সংযুক্তা দত্তই ডিজাইন কৰা পোছাক পৰিধান কৰি ৰেম্পত খোজ আইমী বৰুৱাৰ

সংযুক্তা দত্তই ডিজাইন কৰা পোছাক পৰিধান কৰি ৰেম্পত খোজ আইমী বৰুৱাৰ

চিকাগোত অনুষ্ঠিত হোৱা ৪৬ সংখ‍্যক Assam Convention ত উজলিল ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তৰ সাজ-পোছাক ৷ ৰেম্পত খোজ দিলে জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱাই ।


User: ETVBHARAT

Views: 4

Uploaded: 2025-07-06

Duration: 02:22

Your Page Title