এইবাৰ অনুৰোধ, অহাবাৰ একচন: কিয় খঙত টিঙিৰি তুলা হ'ল নগাঁৱৰ জিলা আয়ুক্ত

এইবাৰ অনুৰোধ, অহাবাৰ একচন: কিয় খঙত টিঙিৰি তুলা হ'ল নগাঁৱৰ জিলা আয়ুক্ত

জিলা আয়ুক্তৰ আকস্মিক পৰিদৰ্শনত হাহাকাৰ চৰকাৰী কৰ্মচাৰীৰ । একাংশ চৰকাৰী কৰ্মচাৰীৰ কৰ্মসংস্কৃতি দেখি হতবাক জিলা আয়ুক্ত দেৱাশীষ শৰ্মা । কঠোৰ সকীয়নি ।


User: ETVBHARAT

Views: 53

Uploaded: 2025-07-08

Duration: 03:22

Your Page Title