ওপৰত চোকা ৰ'দ, তলত একাঁঠু বোকা আৰু মুখত ঐনিতমৰ সুৰ...

ওপৰত চোকা ৰ'দ, তলত একাঁঠু বোকা আৰু মুখত ঐনিতমৰ সুৰ...

প্ৰখৰ ৰ'দেই হওক বা মূষলধাৰ বৰষুণ, একোৱেই যেন তলাব নোৱাৰে চহা কৃষকৰ দেহা । ঐনিতমৰ সুৰ টানি গুজিলে সোণগুটিৰ বীজ ।


User: ETVBHARAT

Views: 2

Uploaded: 2025-07-10

Duration: 03:20