বানৰ ধ্বংসলীলাৰ পৰা অৰ্থনৈতিক সমৃদ্ধিলৈ; কুঁহিয়াৰ খেতিৰে এখন গাঁৱে দেখুৱাইছে সফলতাৰ পথ

বানৰ ধ্বংসলীলাৰ পৰা অৰ্থনৈতিক সমৃদ্ধিলৈ; কুঁহিয়াৰ খেতিৰে এখন গাঁৱে দেখুৱাইছে সফলতাৰ পথ

কুঁহিয়াৰ খেতিৰ বিপ্লৱে মাদৈকাটা গাঁৱৰ দৃশ্যপট সম্পূৰ্ণৰূপে সলনি কৰি পেলাইছে । প্ৰায় ১২০০ কৃষকে হাজাৰ হাজাৰ বিঘা মাটিত কুঁহিয়াৰৰ খেতি কৰি সমৃদ্ধিৰ বাট বুলিছে ।


User: ETVBHARAT

Views: 12

Uploaded: 2025-07-10

Duration: 05:32

Your Page Title