৫০ খন এক্সকেভেটৰৰে পুৱাৰে পৰাই উচ্ছেদ চলিছে পাইকান সংৰক্ষিত বনাঞ্চলত

৫০ খন এক্সকেভেটৰৰে পুৱাৰে পৰাই উচ্ছেদ চলিছে পাইকান সংৰক্ষিত বনাঞ্চলত

গোৱালপাৰাৰ কৃষ্ণাই, বিদ্যাপাৰাত পুৱাৰে আৰম্ভ হৈছে বন বিভাগৰ উচ্ছেদ অভিযান । ৫০ খন এক্সকেভেটৰেৰে ১০৩৮ বিঘা ভূমিত চলিছে উচ্ছেদ অভিযান ।


User: ETVBHARAT

Views: 6

Uploaded: 2025-07-12

Duration: 03:22

Your Page Title