বেজৰ বেজালিৰ বিপৰীতে চৰকাৰী চিকিৎসালয়ত সৰ্পদংশনৰ চিকিৎসাই লৈছে অন্য ৰূপ

বেজৰ বেজালিৰ বিপৰীতে চৰকাৰী চিকিৎসালয়ত সৰ্পদংশনৰ চিকিৎসাই লৈছে অন্য ৰূপ

চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা জুন মাহলৈকে ১২২ গৰাকী লোক সৰ্পদংশনৰ সন্মুখীন ৷ কিন্তু মাত্ৰ এজন ব্যক্তিয়েহে সৰ্পদংশনত মৃত্যুমুখত পৰিছে ৷


User: ETVBHARAT

Views: 13

Uploaded: 2025-07-16

Duration: 04:57

Your Page Title