ড° ভূপেন হাজৰিকাৰ প্ৰস্তাৱ কিয় প্ৰত্যাখ্যান কৰিছিল সুকেশ মালাকাৰে ?

ড° ভূপেন হাজৰিকাৰ প্ৰস্তাৱ কিয় প্ৰত্যাখ্যান কৰিছিল সুকেশ মালাকাৰে ?

খাকী পোছাক পিন্ধি হাতত ৰাইফল ল'লেও তেওঁৰ দুহাতত আছে সুৰৰ যাদু । তবলা, নাল, ঢুলকি, মাদল, খোল কি বজাব নোৱাৰে তেওঁ ।


User: ETVBHARAT

Views: 4

Uploaded: 2025-07-19

Duration: 07:09