৬০০ বছৰীয়া আহোম ৰাজত্বৰ শেষ ৰাজধানীৰ ৪০০ বিঘাৰ ৰাজকাৰেং ক'ত হেৰাল ?

৬০০ বছৰীয়া আহোম ৰাজত্বৰ শেষ ৰাজধানীৰ ৪০০ বিঘাৰ ৰাজকাৰেং ক'ত হেৰাল ?

শিৱসাগৰৰ পৰা স্বৰ্গদেউ গৌৰীনাথ সিংহৰ দিনত ৰাজধানী স্থানান্তৰ হৈছিল যোৰহাটলৈ । আজি সেই ৰাজধানীৰ অস্তিত্বৰ সংকট ।


User: ETVBHARAT

Views: 8

Uploaded: 2025-07-22

Duration: 05:25

Your Page Title