চৰকাৰৰ পৰা এপইচাও দৰমহা নলয় এইসকল বন বিযয়াই: ৪০০ একৰ বনাঞ্চলৰ ৰক্ষক কোন এওঁলোক ?

চৰকাৰৰ পৰা এপইচাও দৰমহা নলয় এইসকল বন বিযয়াই: ৪০০ একৰ বনাঞ্চলৰ ৰক্ষক কোন এওঁলোক ?

ঝাৰখণ্ডৰ খুণ্টিৰ মুণ্ডা জনজাতিৰ লোকসকলে বন সংৰক্ষণৰ দায়িত্ব নিজৰ কান্ধত লৈছে । ইয়াৰ বাবে তেওঁলোকে প্ৰতিবছৰে 'বীৰ হ'ৰো নী' নিয়োগ কৰে ।


User: ETVBHARAT

Views: 2

Uploaded: 2025-07-24

Duration: 05:24