কাৰ্বি যুৱতী হত্যাৰ ন্যায় বিচাৰি ৰাজপথ উত্তাল দল-সংগঠনৰ

কাৰ্বি যুৱতী হত্যাৰ ন্যায় বিচাৰি ৰাজপথ উত্তাল দল-সংগঠনৰ

১৬ জুনত নিৰুদ্দেশ হোৱা কাৰ্বি আংলঙৰ এগৰাকী যুৱতীৰ মৃতদেহ একেদিনাই নগাঁৱৰ ডিফলুত পোৱা গৈছিল ৷ তাৰ পিছৰে পৰা আৰম্ভ হয় প্ৰতিবাদ ৷


User: ETVBHARAT

Views: 1

Uploaded: 2025-07-24

Duration: 01:47