কাৰ্বি যুৱতীৰ ৰহস্যজনক মৃত্যু; তৃতীয় দিনাও উত্তাল নগাঁও

কাৰ্বি যুৱতীৰ ৰহস্যজনক মৃত্যু; তৃতীয় দিনাও উত্তাল নগাঁও

নগাঁৱত কাৰ্বি জনগোষ্ঠীৰ বিভিন্ন সংগঠনে প্ৰতিবাদ অব্যাহত ৰাখিছে । জনগোষ্ঠীটোৰ এগৰাকী যুৱতীৰ ৰহস্যজনক মৃত্যুক লৈ পৰিস্থিতি উত্তাল হৈছে ।


User: ETVBHARAT

Views: 2

Uploaded: 2025-07-25

Duration: 02:21