১১ আগষ্টত লক্ষাধিক সংখ্যালঘু লোকে কঁপাব বিলাসীপাৰা

১১ আগষ্টত লক্ষাধিক সংখ্যালঘু লোকে কঁপাব বিলাসীপাৰা

উচ্ছেদিত লোকক ভূমি প্ৰদানৰ দাবীত প্ৰতিবাদ অব্যাহত আছে । চাপৰত চলি থকা প্ৰতিবাদৰ মাজতে চৰকাৰক আমছুৱে জনালে তীব্ৰ প্ৰত্যাহ্বান ।


User: ETVBHARAT

Views: 2

Uploaded: 2025-07-26

Duration: 05:58