উৰিয়ামঘাট উচ্ছেদৰ দ্বিতীয় দিন: ১১ হাজাৰ বিঘা ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্য চৰকাৰৰ

উৰিয়ামঘাট উচ্ছেদৰ দ্বিতীয় দিন: ১১ হাজাৰ বিঘা ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্য চৰকাৰৰ

বুধবাৰৰ দিনটোতো জোৰদাৰ গতিত উচ্ছেদ চলিছে ৰেংমা বনাঞ্চলৰ অন্তৰ্গত সোণাৰী বিল আৰু পিঠাঘাটত ।


User: ETVBHARAT

Views: 5

Uploaded: 2025-07-30

Duration: 02:37

Your Page Title