ৰোৱা নাই বুলড'জাৰ, তাচপাতৰ দৰে খহিছে বাসগৃহ, মছজিদ, মাদ্ৰাছা

ৰোৱা নাই বুলড'জাৰ, তাচপাতৰ দৰে খহিছে বাসগৃহ, মছজিদ, মাদ্ৰাছা

এফালৰ পৰা ভাঙি দিয়া হৈছে বাসগৃহ, মাদ্ৰাছা । সৰ্ববৃহৎ উচ্ছেদ অভিযান চলিছে অসম নাগালেণ্ড সীমান্তৰ স্পর্শকাতৰ অঞ্চলটোত । উচ্ছেদক সমৰ্থন চুতীয়া ছাত্ৰ সন্থাৰ ।


User: ETVBHARAT

Views: 2

Uploaded: 2025-07-31

Duration: 03:01