অভিযন্তা যোশিতা দাসৰ সন্দেহজনক মৃত্যুৰ তদন্ত CBIলৈ, ৰাজ্যিক কেবিনেটে ল'লে সিদ্ধান্ত

অভিযন্তা যোশিতা দাসৰ সন্দেহজনক মৃত্যুৰ তদন্ত CBIলৈ, ৰাজ্যিক কেবিনেটে ল'লে সিদ্ধান্ত

দিছপুৰত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত গ্ৰহণ কৰা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত । সংবাদমেলযোগে সদৰী কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।


User: ETVBHARAT

Views: 0

Uploaded: 2025-07-31

Duration: 04:48