মুখ্যমন্ত্ৰী এণ্ড কোম্পানীৰ অবৈধ মাটি দুখীয়া ৰাইজৰ মাজত বিতৰণ কৰিম : গৌৰৱ গগৈ

মুখ্যমন্ত্ৰী এণ্ড কোম্পানীৰ অবৈধ মাটি দুখীয়া ৰাইজৰ মাজত বিতৰণ কৰিম : গৌৰৱ গগৈ

গুৱাহাটীৰ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্স দেওবাৰে অনুষ্ঠিত হয় প্ৰদেশ কংগ্ৰেছৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা । য'ত বিজেপি চৰকাৰৰ বিৰুদ্ধে ভৱিষ্যতৰ ৰণনীতি প্ৰস্তুত কৰা হয় ।


User: ETVBHARAT

Views: 2

Uploaded: 2025-08-04

Duration: 07:11

Your Page Title