অইল ইণ্ডিয়াৰ ৰিগ হৈ পৰিল মৃত্যুদূত; কাম কৰি থাকোঁতেই প্ৰাণ গ’ল ড্ৰিলিং ইনছাৰ্জৰ

অইল ইণ্ডিয়াৰ ৰিগ হৈ পৰিল মৃত্যুদূত; কাম কৰি থাকোঁতেই প্ৰাণ গ’ল ড্ৰিলিং ইনছাৰ্জৰ

নাহৰকটীয়াৰ বাঁহধাৰীৰ অইল ইণ্ডিয়াৰ এম-১ ৰিগত দুৰ্ঘটনা । প্ৰকাণ্ড পাইপ মূৰৰ ওপৰত বাগৰি পৰাত মৃত্যু কিৰণ গগৈ নামৰ এজন ড্ৰিলিং ইনছাৰ্জৰ, আন এজন আহত ৷


User: ETVBHARAT

Views: 34

Uploaded: 2025-08-04

Duration: 03:18

Your Page Title