উত্তৰাখণ্ডত ডাৱৰ বিস্ফোৰণত ভয়াৱহ বান পৰিস্থিতি; এতিয়ালৈকে চাৰিজনৰ মৃত্যুৰ খবৰ

উত্তৰাখণ্ডত ডাৱৰ বিস্ফোৰণত ভয়াৱহ বান পৰিস্থিতি; এতিয়ালৈকে চাৰিজনৰ মৃত্যুৰ খবৰ

অতিবৃষ্টিৰ ফলত ধৰালীত খীৰগংগা নদীত অচম্বিতে ভয়ংকৰ বান আহে । সাহায্য অভিযানৰ বাবে সেনাবাহিনী ৰাওনা হৈছে । উদ্ধাৰ অভিযান তদাৰক মুখ্যমন্ত্ৰী ধামীৰ ।


User: ETVBHARAT

Views: 7

Uploaded: 2025-08-05

Duration: 03:43

Your Page Title