৫০ হাজাৰ টকা উৎকোচ বিচাৰি হাত দাঙিলে লাটমণ্ডলে

৫০ হাজাৰ টকা উৎকোচ বিচাৰি হাত দাঙিলে লাটমণ্ডলে

মৰাণত অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত লাট মণ্ডল । দুৰ্নীতি নিবাৰক শাখাই নগদ ধনৰ সৈতে হাতে-লোটে গ্ৰেপ্তাৰ কৰে লাট মণ্ডল হীৰেন নাথক ।


User: ETVBHARAT

Views: 13

Uploaded: 2025-08-05

Duration: 03:58

Your Page Title